Thursday, 17 October 2013

সমূহ বিহু প্ৰমী ৰাইজলৈ কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জানালো তথা সকলোৰে মংগল কামনা কৰিলো... সকলোৰে মংগলৰ হকে এগচি চাকি.......

Saturday, 12 October 2013

শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছাৰে... হিন্দু দেৱী দুৰ্গাৰ আৰধনাকে কেন্দ্ৰ কৰি অনুষ্ঠিত হয় বাঙালি হিন্দু সম্প্ৰদায়ৰ বৃহত্তম ধৰ্মীয় আৰু সামাজিক উৎসৱ দুৰ্গা পূজা বা দুৰ্গোৎসৱ। শাস্ত্ৰীয় অনুসাৰে আহিন মাহৰ শুক্লপক্ষত বা চত মাহৰ শুক্লপক্ষত দুৰ্গাপূজা পালন কৰা হয়। চ’ত অৰ্থাৎ বসন্তকালৰ দুৰ্গাপূজাক বাসন্তী দুৰ্গা...